কেতিয়াবা
কেতিয়াবা
এই সময়
এই ঠাইতে
ৰৈ যাবলৈ মন যায় ।
বাৰিষাৰ সেই সেমেকা বতাহজাকে ,
সেই কিনকিনিয়া বৰষুণৰ শব্দই ,
ডাৱৰৰ সিপাৰৰ পৰা নিগৰি অহা
সেই কোমল ৰদালীয়ে ,
চৰাইৰ সুমধুৰ মাতটিয়ে
আগ বাঢ়িবলৈ
বাধা দিয়ে
কেতিয়াবা ।
Enjoy life.
– Satyam

কেতিয়াবা
এই সময়
এই ঠাইতে
ৰৈ যাবলৈ মন যায় ।
বাৰিষাৰ সেই সেমেকা বতাহজাকে ,
সেই কিনকিনিয়া বৰষুণৰ শব্দই ,
ডাৱৰৰ সিপাৰৰ পৰা নিগৰি অহা
সেই কোমল ৰদালীয়ে ,
চৰাইৰ সুমধুৰ মাতটিয়ে
আগ বাঢ়িবলৈ
বাধা দিয়ে
কেতিয়াবা ।
Enjoy life.
– Satyam